Class 8 Mathematics in Assamese Medium
অষ্টম শ্ৰেণীৰ গণিতৰ সমাধান
অধ্যায়ঃ 10
অষ্টম শ্ৰেণীৰ গণিতৰ সমাধান
অধ্যায়ঃ 10
1. তলত কিছুমান ত্ৰিমাত্ৰিক বস্তু দিয়া হৈছে। বস্তুবোৰৰ সন্মূখৰ, ওপৰৰ, আৰু পাৰ্শ্বদৃশ্যবোৰ দিয়া আছে। প্ৰতিটো বস্তুৰ অনুৰূপ সন্মূখ, ওপৰ আৰু পাৰ্শ্ব দৃশ্যবোৰ চিনাক্ত কৰা।
(a) i. সন্মূখ ii. পাৰ্শ্ব iii. ওপৰ
(b) i. সন্মূখ ii. পাৰ্শ্ব iii. ওপৰ
(c) i. ওপৰ ii. পাৰ্শ্ব iii. সন্মূখ
(d) i. ওপৰ ii. পাৰ্শ্ব iii. সন্মূখ
(e) i. সন্মূখ ii. ওপৰ iii. পাৰ্শ্ব
(f) i. সম্পূৰ্ণ দগা ii. ওপৰ iii. পাৰ্শ্ব
(a) i. সম্পূৰ্ণ ঘৰ ii. পাৰ্শ্ব iii. সন্মূখ iv. ওপৰ
(a) i. সম্পূৰ্ণ ডাষ্টবিন ii. ওপৰ
1. এটা বহুফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যা ক্ৰমে 12 আৰু 20 হ'লে কাষৰ সংখ্যা কিমান হ'ব?
Solution: দিয়া আছে, শীৰ্ষবিন্দু(V) = 12
তল(F) = 20
অয়লাৰৰ সূত্ৰমতে,
F + V – E = 2
⇒20 + 12 – E = 2
⇒ 32 – E = 2
⇒ – E = 2 – 32
⇒ – E = – 30
⇒ E = 30
2. এটা বহুফলকৰ কাষ আৰু শীৰ্ষবিন্দু সংখ্যা ক্ৰমে 12 আৰু 6 হ'লে তলৰ সংখ্যা নিৰ্ণয় কৰা।
Solution: দিয়া আছে, শীৰ্ষবিন্দু(V) =6
কাষ(E) =12
অয়লাৰৰ সূত্ৰমতে,
F + V – E = 2
⇒ F + 6 – 12 = 2
⇒ F – 6 = 2
⇒ F = 2 + 6
⇒ F = 8
Solution: প্ৰদত্ত চিত্ৰত, শীৰ্ষবিন্দু(V) =4
কাষ(E) = 6
তল(F) =4
অয়লাৰৰ সূত্ৰমতে,
F + V – E = 2
এতিয়া, LHS = F + V – E
= 4 + 4 – 6
= 8 – 6
= 2
= RHS
∴ সত্যাপিত কৰা হ'ল।
Solution: প্ৰদত্ত চিত্ৰত, শীৰ্ষবিন্দু(V) = 6
কাষ(E) = 9
তল(F) = 5
অয়লাৰৰ সূত্ৰমতে,
F + V – E = 2
এতিয়া, LHS = F + V – E
= 5 + 6 – 9
= 11 – 9
= 2
= RHS
∴ সত্যাপিত কৰা হ'ল।
No comments:
Post a Comment