Class 8 Mathematics Solutions
অষ্টম শ্ৰেণীৰ গণিতৰ সমাধান
1. তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰাঃ
(i) পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনময় বিধি মানি চলে।

Answer: সত্য
(ii) পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে।
Answer: অসত্য
(iii) পৰিমেয় সংখ্যা বিয়োগত আৱদ্ধ নহয়।
Answer: অসত্য
(iv) শূন্যৰ প্ৰতিক্ৰম নাই।
Answer: সত্য
(v) 0 টো পৰিমেয় সংখ্যা।
Answer: সত্য
2. যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
3. -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা।
Answer:
4. গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
5. -1(2/3) ৰ গুণাত্মক বিপৰীত 5/3 হয়নে? যুক্তি দিয়া।
সমাধানঃ
6. 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি?
Answer: 1 ৰ গুণাত্মক বিপৰীত = 1
1 ৰ যোগাত্মক বিপৰীত = -1
7. -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা।
সমাধানঃ
8. তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা।
সমাধানঃ
9. প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি?
Answer: 1 আৰু -1
10. -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা।
সমাধানঃ
11. কি বিধি প্ৰয়োগ হৈছে লিখা।
সমাধানঃ
12. সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা।
সমাধানঃ
13. তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা।
সমাধানঃ
14. এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়।
1. তলত দিয়া সংখ্যাকেইটা সংখ্যাৰেখাত বহুওৱা।
2. তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা।
(ii) পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে।
Answer: অসত্য
(iii) পৰিমেয় সংখ্যা বিয়োগত আৱদ্ধ নহয়।
Answer: অসত্য
(iv) শূন্যৰ প্ৰতিক্ৰম নাই।
Answer: সত্য
(v) 0 টো পৰিমেয় সংখ্যা।
Answer: সত্য
Watch our Live Videos and Subscribe
3. -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা।
Answer:
4. গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
5. -1(2/3) ৰ গুণাত্মক বিপৰীত 5/3 হয়নে? যুক্তি দিয়া।
সমাধানঃ
6. 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি?
Answer: 1 ৰ গুণাত্মক বিপৰীত = 1
1 ৰ যোগাত্মক বিপৰীত = -1
7. -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা।
সমাধানঃ
8. তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা।
সমাধানঃ
9. প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি?
Answer: 1 আৰু -1
10. -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা।
সমাধানঃ
11. কি বিধি প্ৰয়োগ হৈছে লিখা।
সমাধানঃ
12. সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা।
সমাধানঃ
13. তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা।
সমাধানঃ
14. এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়।
1. তলত দিয়া সংখ্যাকেইটা সংখ্যাৰেখাত বহুওৱা।
2. তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা।
3. -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো 5 টা পৰিমেয় সংখ্যা উলিওৱা।
সমাধানঃ
Class 8 ৰ English বিষয়ৰ প্ৰশ্নোত্তৰৰ বাবে Click কৰক

The u everyone
ReplyDeleteHi
ReplyDeleteAmi ki xikilu xaitu o dbo sun
ReplyDelete