Class 8 Mathematics in Assamese Medium
অষ্টম শ্ৰেণীৰ গণিতৰ সমাধান
1. তলৰ চতুৰ্ভুজবোৰ অংকন কৰা
(i) চতুৰ্ভুজ ABCD য'ত AB = 4 চেমি, BC = 6 চেমি, CD = 5 চেমি, DA = 5.5 চেমি আৰু কৰ্ণ AC = 7 চেমি
Answer:
Answer:
(ii) চতুৰ্ভুজ ABCD য'ত AB = 4 চেমি, BC = 3 চেমি, DA = 2.8 চেমি, কৰ্ণ AC = 5 চেমি আৰু কৰ্ণ BD = 4.5 চেমি
Answer:
(iii) চতুৰ্ভুজ PQRS য'ত QR = 4.5 চেমি, PS = 5.5 চেমি, RS = 5 চেমি, কৰ্ণ PR = 5.5 চেমি আৰু কৰ্ণ QS = 7 চেমি
Answer:
(iv) সামন্তৰিক EFGH য'ত FG = 7 চেমি, GH = 5.5 চেমি আৰু HF = 8.5 চেমি।
Answer:
(v) ৰম্বাছ DEFG য'ত DE = 5 চেমি আৰু EG = 6.5 চেমি
Answer:
(vi) ৰম্বাছ LMNO য'ত LN = 6 চেমি আৰু MO = 6.5 চেমি
Answer:
1. এটা চতুৰ্ভুজ ABCD অংকণ কৰা য'ত AB = 6 চেমি, BC = 7 চেমি, CD = 6.5 চেমি, DA = 5.5 চেমি আৰু ∠B = 105º
2. এটা চতুৰ্ভুজ ABCD অংকণ কৰা য'ত AB = 5 চেমি, BC = 4 চেমি, CD = 3.5 চেমি, DA = 4.5 চেমি আৰু ∠C = 75º
3. এটা চতুৰ্ভুজ ABCD অংকণ কৰা য'ত AB = 4 চেমি, BC = 7 চেমি, ∠A = 105º, ∠B = 75º আৰু ∠C = 120º
4. এটা চতুৰ্ভুজ EFGH অংকণ কৰা য'ত EF = 5 চেমি, FG = 7.5 চেমি, CD = 3.5 চেমি, ∠A = 105º, ∠B = 75º আৰু ∠C = 120º
6. এটা আয়ত LMNO অংকণ কৰা য'ত LM = 6 চেমি, MN = 4 চেমি
7. এটা চতুৰ্ভুজ PQRS অংকণ কৰা য'ত PQ = 6 চেমি, QR = 7 চেমি RS = 7.5 চেমি আৰু ∠Q = 105º আৰু ∠R = 80º
8. এটা চতুৰ্ভুজ ABCD অংকণ কৰা য'ত AB = 4.5 চেমি, BC = 5.5 চেমি, CD = 5 চেমি, ∠B = 68º আৰু ∠C = 90º
9. এটা আয়ত অংকণ কৰা যাৰ সন্নিহিত বাহুৰ দীঘ 5 চেমি আৰু 7 চেমি
Give me the full answer
ReplyDelete